জোন...

জোনজনীক সুধিলো 
কেনে আছা
হাঁহিলে মিচিকিয়াই
শব্দবোৰ খহি পৰিল
নুকোৱাকৈয়ে
~~~

Comments

Popular posts from this blog

কিতাপ...এক নষ্টালজিয়া

ছবি ... এটি কবিতা